ADRE 2024 – HS Level Assamese

ADRE 2024 - HS Level Assamese

Right Mark: 1  Negative Mark: 0.25


Q1: আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল ?

Q2: শ্রীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল ?

Q3: 'মহীশূৰৰ সিংহ'ৰূপে কোন জনাজাত আছিল?

Q4: ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালাবাগ স্থিত?

Q5: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষ গোটৰ অংশীদাৰ আছিল?

Q6: এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ?

Q7: নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তর্জাতিক সীমান্তৰেখা স্পর্শ কৰে?

Q8: যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে, তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে?

Q9: ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন?

Q10: নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়?

Q11: কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্রবাল প্রাচীৰ অৱস্থিত?

Q12: নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা?

Q13: সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কোৱা হয়

Q14: ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়?

Q15: ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়?

Q16: নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত?

Q17: টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত?

Q18: গোবিন্দ ভৱন কার্যালয়ৰ এটা গোট গীতা প্ৰেছ, কোনখন ৰাজ্যত অৱস্থিত?

Q19: ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিবেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন/বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয় ?

Q20: নীতি (NITI) আয়োগৰ অধ্যক্ষ কোন?

Q21: নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত?

Q22: আন্তর্জাতিক উৎসৱ 'কুল্লু দশেৰা' কোনখন ৰাজ্যত পালন কৰা হয়?

Q23: বেৰিং প্রণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে?

Q24: শংকুৰাজ কোঁৱৰে গোৱা 'অলকানন্দা' গীতটিৰ গীতিকাৰ কোন?

Q25:

Q26: 'শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট' নামৰ শিশু পুথিখন কোনে লিখিছিল?

Q27: কাঞ্চিপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদন কৰা হয় ?

Q28: নিম্নলিখিত কোনগৰাকী এজন বিখ্যাত চিত্ৰকৰ আছিল ?

Q29: অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্রতিনিধিত্ব কৰে?

Q30: বেডমিন্টন খেলুৱৈগৰাকীক চিনাক্ত কৰক।

Q31: 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল?

Q32: বার্ষিক প্রতিযোগিতাৰ শৃংখলা ডায়ম'ণ্ড লীগ কোনবিধ খেলৰ সৈতে জড়িত?

Q33: অশুদ্ধকৈ ৰজিতা খুওৱা যোৰটো চিনাক্ত কৰক।

Q34: ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধটি ক'ত অৱস্থিত?

Q35: নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পর্কিত?

Q36: নিম্নলিখিত কোনটো প্রতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয়?

Q37: কোনো তৰল পদাৰ্থৰ PH মান 5.0 হ'লে, সেই তৰল পদাৰ্থবিধ

Q38: 1 জানুৱাৰী, 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন?

Q39: নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত?

Q40: কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্রছ চিহ্ন আছে?

Q41: নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয়?

Q42: নিম্নলিখিত কোনটো স্থান সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত?

Q43: ৱাটাৰলু যুদ্ধত নিম্নলিখিত কোনগৰাকী জড়িত আছিল?

Q44: ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান?

Q45: নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুণীয়া?

Q46: নিম্নলিখিত কোন পর্বতমালা উত্তৰ-পূব ভাৰতত অৱস্থিত?

Q47: নিম্নলিখিত কোনটো উক্তি অশুদ্ধ?

Q48: কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখা, মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্রান্তি ৰেখা পাৰ হৈ গৈছে?

Q49: নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপৰাজ্য?

Q50: ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গম ত হোৱা পৰিঘটনাক কোৱা হয়

Q51: নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়?

Q52: মূল্যৰ স্তৰৰ ক্ৰমাগত বৃদ্ধিক কোৱা হয়

Q53: ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM)ত DAYয়ে কি বুজায়?

Q54: নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্রী ৰংবং তেৰাঙে ৰচনা কৰিছে?

Q55: নিম্নলিখিত কোনটা ভারতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয় ?

Q56: ৰূপৰ ৰাসায়নিক সংকেত কি ?

Q57: 1 জানুৱাৰী, 2024 সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন?

Q58: নিম্নলিখিত কোনটোক প্ৰাণী কোষৰ শক্তিৰ ভঁৰাল ৰূপে বিবেচনা কৰা হয়?

Q59: নিম্নলিখিত কোনখন দেশত সাগৰীয় উপকূল নাই?

Q60: পৃথিৱীৰ বৃহত্তম দ্বীপ, গ্রীনলেণ্ড কোনখন দেশৰ অংশ?

Q61: প্রদত্ত চাৰিটা সংখ্যা বিবেচনা কৰক:
I. 376 II. 629 III. 921 IV. 397
প্ৰতিটো সংখ্যাৰ অংককেইটা ঊর্দ্ধক্রমত সজালে কোনটো নতুন সংখ্যাৰ মান ন্যূনতম হ'ব?

Q62: অমিল শব্দটো বিচাৰি উলিয়াওক।

Q63: এখন ফটোগ্ৰাফত শৰতৰ ছবিখনলৈ আঙুলিয়াই মালিনীয়ে ক’লে,— “তেওঁৰ ভাতৃৰ পিতৃ মোৰ ককাদেউতাৰ একমাত্ৰ সন্তান”। মালিনী শৰতৰ সৈতে কোন সম্বন্ধৰে সম্পৰ্কিত ?

Q64: যদি ROBOTICSক OROBITSC হিচাবে ক'ড কৰা হয়, তেন্তে PROJECTSৰ ক'ড হ'ব

Q65: এটা চিৰিয়াখানাত সিংহৰ গঁৰালটো বাঘৰ গঁৰালৰ পূব ফালে আছে। সিংহৰ গঁৰালৰ ঠিক দক্ষিণ ফালে ভালুকৰ গঁৰাল আছে, যিটো চিতাবাঘৰ গঁৰালৰ পশ্চিম ফালে আছে। বাঘৰ গঁৰালটো চিতাবাঘৰ গঁৰালৰ পৰা কোনটো দিশত থাকিব?

Q66: ৰাজপথত 12 কি. মি. দূৰত্বৰ গন্তব্য স্থান 15 মিনিটত গৈ পাবলৈ এখন মটৰগাড়ীয়ে কিমান বেগত যাত্রা কৰিব লাগিব?

Q67: এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ শেষত থাকিব?

Q68: শুদ্ধ বানানযুক্ত শব্দটো চিনাক্ত কৰক।

Q69: MENDICANT ৰ আখৰসমূহ ব্যৱহাৰ কৰি নিম্নলিখিত কোনটো শব্দ গঠন কৰিব নোৱাৰি?

Q70: এটা যুৱ সংসদত কেইখনমান দেশৰ প্ৰতিনিধি দর্শকলৈ মুখ কৰি একেটা শাৰীত বহিছে। এষ্টোনিয়াৰ বাওঁফালে কেৱল দহগৰাকী ব্যক্তি বহে। এষ্টোনিয়াৰ বাওঁফালে অষ্টম স্থানত ফিজি বহিছে। বাহৰেইনৰ পৰা সোঁফালে চতুর্থ স্থানত এংগোলা বহিছে। ডেনমার্কৰ ঠিক বাওঁফালে বহি আছে কানাডা, আৰু ডেনমার্ক শাৰীটোৰ একেবাৰে সোঁফালৰ মূৰৰ পৰা তৃতীয় স্থানত আছে। এষ্টোনিয়া আৰু ডেনমাৰ্কৰ মাজৰ দেশৰ সংখ্যা বাহৰেইন আৰু এষ্টোনিয়াৰ মাজৰ দেশৰ সংখ্যাৰ সৈতে সমান। এংগোলা আৰু কানাডাৰ মাজত মাত্র ছখন দেশহে বহি আছে। যুৱ সংসদখনত মুঠতে কিমানখন দেশৰ প্ৰতিনিধি বহি আছে?

Q71: কোনটো বিকল্প পেঞ্চিল: শিক্ষার্থী বিদ্যালয় সম্বন্ধৰ সদৃশ?

Q72: যদি REAR = 42, TEAR = 44 আৰু DEAR = 28 তেন্তে নিম্নলিখিত কোনটো যোৰ অশুদ্ধ?

Q73: অন্তিম পদটো পূৰ কৰিবৰ সৰ্বোৎকৃষ্ট বিকল্পটো নিৰ্ণয় কৰক :
বৃত্ত : জ্যামিতি :: কবিতা : ?

Q74: শিশু : টিকাকৰণৰ সদৃশ সম্বন্ধযুক্ত যোৰাটো চিনাক্ত কৰক।

Q75: নিম্নলিখিত কোনটো শব্দ প্রদত্ত বাক্যটোত খাপ নাখায়?
মূৰত _______ আঘাতৰ ফলত ব্যক্তিজনৰ মৃত্যু হৈছে।

Q76: মানক ইংৰাজী অভিধান অনুসৰি প্রদত্ত শব্দসমূহৰ শুদ্ধ শৃংখলাটো কি হ’ব ?
1. Royal 2. Regal 3. Renal 4. Rebel

Q77: 27, 30, 37, 50, ?, 98 শৃংখলাটো শুদ্ধকৈ আগুৱাবৰ বাবে উপযুক্ত সংখ্যাটো নিৰ্বাচন কৰক ।

Q78: পল্লবীয়ে দাবী কৰে যে তাই জ্যোতিতকৈ ওখ, কিন্তু পল্লবীতকৈ ওখ স্মিতাই জানে যে পল্লবীৰ উক্তি ভুল। তেওঁলোকৰ উচ্চতা সম্পর্কত নিম্নলিখিত কোনটো ক'ব পাৰি?

Q79: কলেজৰ এক অনুষ্ঠানত ৰমলাই এজন অভিনেতালৈ আঙুলিয়াই কয়, “তেওঁ মোৰ শাশু আইৰ একমাত্ৰ সন্তানৰ ভাগিন” । ৰমলাৰ সৈতে অভিনেতাজনৰ মাতৃৰ সম্বন্ধ কি হ’ব ?

Q80: তৃতীয় পদটো পূৰণ কৰিবলৈ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰক:
মাধ্যাকর্ষণ : নিউটন :: ? : কপাৰনিকাছ

Q81: কোনো এটা সংখ্যাক প্ৰথমে 40% বৃদ্ধি কৰা হ’ল আৰু তাৰ পিছত 40% হ্ৰাস কৰা হ’ল । শতাংশ পৰিমাণত সংখ্যাটোৰ মুঠ পৰিৱৰ্তন হৈছে

Q82: যদি A, B আৰু C ৰ গড় বয়স 22 বছৰ আৰু B আৰু C ৰ গড় বয়স 25 বছৰ, তেন্তে এতিয়াৰ পৰা 9 বছৰৰ পিছত A ৰ বয়স হ'ব

Q83: √1⁄2, √1⁄3, √1⁄4 আৰু √2⁄3 ৰ ন্যূনতম মানৰ সংখ্যাটো হৈছে

Q84:
যদি
x 3
=
y 4
=
z 7
, তেন্তে
x + y + z z
ৰ মান হ'ব

Q85: দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিহঁতৰ গ.সা.উ. আৰু ল.সা.গু.-ৰ পূৰণফল 96. সংখ্যা দুটাৰ যোগফল হৈছে

Q86: ∛82 ৰ মান হ'ব

Q87: কোনো এক ব্যৱসায় প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে এমাহৰ অন্তত এই ধন দুগুণ পৰিমাণৰ হয়গৈ, কিন্তু প্রতিষ্ঠানটোৱে প্ৰতিবাৰ ধন দুগুণ হ'লেই ₹ 120 কাটি ৰাখে। এজন মানুহে এই প্রতিষ্ঠানত ₹ 105 বিনিয়োগ কৰে আৰু কোনো অধিক বিনিয়োগ নকৰাকৈ ইয়াক 3 মাহলৈ চলাই নিয়ে। 3 মাহৰ অন্তত মানুহজনৰ মুঠ আয়

Q88: 80 আৰু 100 ৰ মাজত অৱস্থিত মৌলিক সংখ্যা কেইটা?

Q89: [(10⁷ + 102) + (103 + 10-2)] + 105 ৰ মান নির্ণয় কৰক।

Q90: যদি A : B = 3, তেন্তে 144A : 36B ৰ মান হ'ব

Q91: পৌনঃপুনিক সংখ্যা 2.19 ৰ সমতুল্য ভগ্নাংশ হৈছে

Q92: 26, 35, 44 আৰু 53 সংখ্যাকেইটাৰ সৰ্বোচ্চ মানৰ সংখ্যাটো হ'ব

Q93: এজন চাইকেল আৰোহীৰ ক্ষেত্ৰত দেখা গ’ল যে তেওঁ পেডেলত দুটা সম্পূৰ্ণ পাক মাৰিলে চাইকেলখনৰ আগচকাটোৱে সম্পূৰ্ণ 3 পাক মাৰে । যদি চাইকেলৰ চকাৰ ব্যাসাৰ্দ্ধ 70 চে. মি. হয়, তেন্তে পেডেলৰ 10টা সম্পূৰ্ণ পাকত চাইকেলখনে কিমানদূৰ পথ (মিটাৰ এককত) অতিক্ৰম কৰিব ?

Q94: এটা সমকোণী ত্রিভুজৰ ভূমি আৰু উচ্চতাৰ দৈর্ঘ্য সমান আৰু তৃতীয়টো বাহুৰ দৈর্ঘ্য 2√2 চে. মি.। ত্রিভুজটোৰ ক্ষেত্রফল

Q95: 1 ৰ পৰা আৰম্ভ কৰা ক্রমিক সংখ্যাৰ কোনো এটা পৰিসৰত ইয়াত থকা সকলোবোৰ যুগ্ম সংখ্যা আঁতৰাই দিয়া হ'ল। অৱশিষ্ট সংখ্যাসমূহৰ প্ৰথম 7টা সংখ্যা বিবেচনা কৰা হ'ল। এই 7টা সংখ্যাৰ মুঠ যোগফল হৈছে

Q96: দুটা সংখ্যা A আৰু Bৰ যোগফলক বৰ্গ কৰাত C পোৱা গ'ল। পৰৱৰ্তী ঢাপত Aৰ পৰা B বিয়োগ কৰি বৰ্গ কৰাত D পোৱা গ'ল। C-Dক A আৰু Bত প্রকাশ কৰিলে প্ৰকাশৰাশিটো হ'ব

Q97: ন্যূনতম কি সংখ্যাৰে 1250ক পূৰণ কৰিলে এটা পূর্ণবর্গ সংখ্যা পোৱা যাব?

Q98: এটা ভগ্নাংশৰ লবক 4 ৰে আৰু হৰক 9 ৰে পূৰণ কৰিলে ভগ্নাংশটোৰ প্ৰতিলোম পোৱা যায়। ভগ্নাংশটো হৈছে

Q99: সৰল সুতত কোনো মূলধন 12 বছৰৰ মূৰত দুগুণ হ'বলৈ সৰল সুতৰ হাৰ কিমান হ'ব লাগিব?

Q100: দুটা বৃত্তৰ ব্যাসার্দ্ধৰ অনুপাত 1:3. বৃত্ত দুটাৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব

Q101: 100 ৰ 100% ৰ লগত 200 ৰ 200% যোগ কৰিলে ফলাফল হ'ব

Q102: যদি a + b = 8, b + c = 20 আৰু a + c = 18, তেন্তে a2 + b2 ৰ মান হ'ব

Q103: যদি 2x = 32, তেন্তে x ৰ মান হ'ব

Q104: 5টা ক্রমিক অযুগ্ম সংখ্যাৰ যোগফল 95 পোৱা গ'ল। সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে

Q105: যদি দশমিক সংখ্যা 34p5 টো 9 ৰে বিভাজ্য হয়, তেন্তে pৰ মান হ'ব

Q106: 4 চে. মি. বাহুৰ বৰ্গক্ষেত্ৰ এটাৰ ভিতৰত আঁকিব পৰা বৃত্ত এটাৰ সৰ্বোচ্চ ক্ষেত্রফল হ'ব

Q107: যদি আজি ৰবিবাৰ হয়, তেন্তে 92 দিনৰ মূৰৰ দিনটো হ'ব

Q108: কোনো এক সংখ্যাৰ বৰ্গমানৰ পৰা সংখ্যাটোৰ তিনি গুণ বিয়োগ কৰিলে পুনৰ সেই সংখ্যাটোৱেই পোৱা যায়। সংখ্যাটো হৈছে

Q109: ৰোমান সংখ্যা XCI য়ে বুজোৱা দশমিক সংখ্যাটো হৈছে

Q110: 13 মি. দৈৰ্ঘ্যৰ জখলা এডাল উলম্ব দেৱাল এখনত হেলান দি আছে আৰু ইয়াৰ ওপৰৰ মূৰটো 5 মি. উচ্চতাত আছে। দেৱালখনৰ পাদবিন্দু আৰু জখলাৰ তলৰ মূৰৰ মাজৰ অনুভূমিক দূৰত্ব হৈছে

Q111: 2, 1, 3, 1, 2, 5, 6 সংখ্যাক্রমটোৰ মধ্যমা হৈছে

Q112: এজন মানুহে এক প্রদত্ত বিন্দুৰ পৰা সদায়ে 7 মি. দূৰত্ব বজাই ৰাখি এক নির্দিষ্ট পথেৰে গতি কৰে। কিছু সময় এনেদৰে গতি কৰি তেওঁ পুনৰ যাত্ৰাৰ আৰম্ভণী স্থানত উপনীত হয়গৈ। এই সময়ছোৱাত তেওঁ অতিক্ৰম কৰা দূৰত্বৰ আসন্ন মান হৈছে

Q113: 1 ঘন মি. আয়তনৰ ঘনক এটাৰ পৰা 1 ঘন চে. মি. আয়তনৰ কিছুমান সৰু ঘনক সমানকৈ কাটি উলিওৱা হ'ল। প্ৰাপ্ত সৰু ঘনকৰ সংখ্যা হৈছে

Q114: 6, 8 আৰু 12 ৰে একে সময়তে বিভাজ্য ন্যূনতম ধনাত্মক অখণ্ড সংখ্যাটো হ'ল

Q115: 3-অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা আৰু 2-অংকযুক্ত সর্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যাৰ পাৰ্থক্য হৈছে

Q116: Identify the adverb in the following sentence :
He could not go deep into the forest.

Q117: From the list below, identify the antonym of ‘cheap’.

Q118: What is the synonym of ‘furious’?

Q119: Identify the incorrectly spelt word.

Q120: Give one-word substitution for ‘a person who loots and plunders ships’.

Q121: What is meant by ‘to get the green signal’ ?

Q122: Fill in the blank :
Lokesh can jump very _____.

Q123: What is the collective noun for ‘fish’?

Q124: Fill in the correct conjunctions in the following :
_____ Reshma _____ Padma knew the directions, and now they are lost.

Q125: Which of the following punctuation marks is called ‘apostrophe’ ?

Q126: Which of the following means similar to ‘elevated’ ?

Q127: What is meant by ‘to create a ruckus’ ?

Q128: Which of the following sentences is correct?

Q129: Choose the correct option :
We _____ the National Anthem every morning at school.

Q130: Which of the following pronouns refers to ‘myself’ ?

Q131: Identify the incorrectly spelt word.

Q132: Identify the correctly spelt word.

Q133: Identify the preposition in the following sentence :
The cat was sleeping under the cot.

Q134: Identify the incorrect set.

Q135: Identify the verb in the following sentence :
Neeraj ran very fast.

Q136: Which word of the following is an example of pronoun?

Q137: What would be the antonym of ‘friend’ ?

Q138: From the list below, identify the synonym of ‘lament’.

Q139: Which word is incorrectly spelt?

Q140: Give one-word substitution for ‘life history of a person written by another person’.

Q141: What does ‘in a nutshell’ mean?

Q142: Fill in the blank :
Tuhin ran _____ than Zubin to win the race.

Q143: Identify the collective noun for ‘dogs’.

Q144: Which of the following punctuation marks is called ‘hyphen’?

Q145: What is the opposite of ‘sorrow’?

Q146: Which of the following means ‘to get rid of a problem’ ?

Q147: Identify the grammatically incorrect sentence.

Q148: Choose the correct option :
Is your brother _____ to the gym?

Q149: Which pronoun is used for ‘non-living thing’ ?

Q150: Identify the incorrectly spelt word.

Time Left: --:--

Question Palette:

Not Visited
Answered
Not Answered
Marked for Review
Scroll to Top