ADRE 2024 – Graduate Level

ADRE 2024 - Graduate Level Assamese

Right Mark: 1  Negative Mark: 0.25

Q1: লাডাখৰ চিয়াছেন কোনটোৰ এক উদাহৰণ ?

Q2: ৰ 16% ৰ মানঃ

Q3: কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক ?

Q4: বিশ্বকাপ ফুটবল খেলত ব্রাজিলে কিমান বাৰ জয়লাভ কৰিছে ?

Q5: নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই ?

Q6: নিম্নলিখিত কোন গৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে ?

Q7: এজন মানুহে P ৰ পৰা Q লৈ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে আৰু তাৰ পিছত 4 কি.মি. দৈৰ্ঘ্যৰ হৃস্বতম পথেৰে পুনৰ P লৈ ঘূৰি আহে। মানুহজনে অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্য হৈছেঃ

Q8: নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা ?

Q9: Mark the correct word as synonym of “affluent”.

Q10: কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত ?

Q11: গ্ৰিডত থকা @ চিহ্নটো কিহে প্ৰতিস্থাপন কৰিব ?
question

Q12: এক ছয়পিঠিয়া পাশা গুটিত বিন্দুসমূহ এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিঠিৰ বিন্দুৰ মুঠ যোগফল সদায় সমান। নিম্নলিখিত কোন যোৰা বিন্দুসংখ্যা পৰস্পৰ বিপৰীত পিঠিত নই ?

Q13: কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ ?

Q14: 24 চেমি ব্যাসাদ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হ’ল আৰু ইয়াৰে এভাগক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ’ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব:

Q15: বর্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্য (মুক্তপিদা) ৰ সম্ৰাজ্য আছিল ?

Q16: 2 ৰে হৰণ কৰিলে 1 ভাগশেষ পাব পৰা, 3 ৰে হৰণ কৰিলে ভাগশেষ 2 পাব পৰা আৰু 4 ৰে হৰণ কৰিলে ভাগশেষ 3 পাব পৰা সংখ্যাবোৰৰ ন্যুনতম স্বাভাৱিক সংখ্যাটো হৈছেঃ

Q17: কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত ?

Q18: 6 চেমি ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30° কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ’ল। বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল চেমি2 এককত হ'বঃ

Q19: দ্বৈত প্ৰণালীৰ দুটা সংখ্যা 11 আৰু 10 ৰ যোগফল দ্বৈত প্ৰণালী প্ৰকাশ কৰিলে প্ৰাপ্ত সংখ্যাটো :

Q20: Which word would you replace for the underlined word to reverse the meaning of the sentence ?
“Food in this hotel is worse than that provided at our hostel.”

Q21: এগৰাকী আইতাই বনভোজত ৰান্ধি আছিল। বনভোজটোত চামিল আছিল আইতাগৰাকীৰ পুত্ৰ আৰু পুত্ৰবধু, নিজ নিজ পত্নীৰে সৈতে তেওঁলোকৰ চাৰিজিন পুত্ৰ আৰু চাৰিপুত্ৰৰ প্ৰতিজনৰে একজনকৈ পুত্ৰ আৰু দুজনীকৈ জীয়াৰী। বনভোজটোত মুঠতে মহিলাৰ সংখ্যা কিমান আছিল ?

Q22: সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্রহটো কোনে লিখা ?

Q23: সৰল কৰকঃ

Q24: প্রদত্ত পাঁচটা সংখ্যা হৈছেঃ
(i) 736 (ii) 269 (iii) 958 (iv) 219 (v) 793
প্রতিটো সংখ্যাৰে অংক কেইটা অধঃক্ৰমত সজোৱাৰ পিছত সৰ্বোচ্চ আৰু সৰ্বনিন্ন সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্যৰ মান কি হ'ব ?

Q25: নিম্নলিখিত কোন গৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল ?

Q26: অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল:

Q27: আইপিএল 2023 ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল ?

Q28: ৰ মান নিৰ্ণয় কৰক।

Q29: {5, 8, 13, 20, 31, 40, 53} শৃংখলাৰ অশুদ্ধ পদটো চিনাক্ত কৰক।

Q30: য’ত ট'য়'টাৰ মূখ্য কাৰ্যালয় অৱস্থিত :

Q31: যদি 1 ৰ পৰা n লৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফলৰ মান Pₙ য়ে সূচীত কৰে, তেন্তে P₁ + P₂ + P₃ + P₄ ৰ মানঃ

Q32: দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য ?

Q33: কোনো এক জ্যামিতিক চিত্ৰত সমকোণত ছেদ কৰাকৈ দুযোৰ সমান্তৰাল ৰেখাখণ্ড আছে। ইয়াৰে এযোৰৰ প্ৰতিটোৰ দৈৰ্ঘ্য 8 চে.মি. আৰু আনযোৰৰ দৈৰ্ঘ্য 6 চে.মি. ৷ যদি দীঘল যোৰৰ বাহুবোৰৰ প্ৰতিটোক 2 চে.মি. কৈ বৃদ্ধি আৰু চুটি যোৰৰ প্ৰতিটোক 2 চেমি. কৈ হ্ৰাস কৰা হয়, তেন্তে নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ’ব ?

Q34: দুটা ঘণ্টা A আৰু B ৰ A ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে আৰু B ঘণ্টাটো প্রতি 25 মিনিটৰ মুৰে মূৰে বাজি উঠে। যদি দুয়োটা ঘণ্টাই 6 am ত একেলগে বাজি উঠিছিল, তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰবৰ্তী সময়টো হ’ব :

Q35: কোনখন দেশে চুৱেজ খাল নিয়ন্ত্রণ কৰে ?

Q36: যদি cosθ = 5/13, তেন্তে sinθ ৰ মান হ'বঃ

Q37: নিম্নলিখিত কোনটো উক্তি শুদ্ধ ?

Q38: নিম্নলিখিত কোনটো চিত্ৰই আমাৰ সমাজৰ লেখক, শিক্ষক আৰু সঙ্গীতজ্ঞ সকলক সৰ্বোত্তম ভাবে প্ৰতিনিধিত্ব কৰিব ?

Q39: 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে?

Q40: 1 লা জানুৱাৰী, 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন ?

Q41: জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে?

Q42: “ভিলেজ ৰকষ্টাৰছ” নামৰ বোলছবি খনৰ নিৰ্দেশক কোন ?

Q43: (1 ৰ 1%) + (2 ৰ 2%) + (3 ৰ 3%) = ?

Q44: নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা ?

Q45: কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ (Wars of the Rose) নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল ?

Q46: বিকল্পৰ তালিকাত কোনটো অমিল ?

Q47: যদি SATURN ক TZUTSM হিচাবে ক’ড কৰা হয়, তেন্তে সদৃশ সূত্ৰৰে URANUS ক কেনেদৰে ক’ড কৰা হ'ব ?

Q48: প্রদত্ত চিত্ৰই নিম্নলিখিত কোনটোক সৰ্বোত্তমভাবে চিত্রিত কৰিব ?
question

Q49: নিম্নলিখিত কোন গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই?

Q50: নিম্নলিখিত কোনটো অ-ধাতৱ খনিজ পদাৰ্থ নহয় ?

Q51: নিম্নলিখিত কোনটো স্থানত IPL (আইপিএল) মেচসমূহ অনুষ্ঠিত নহয় ?

Q52: দ্বিঘাত সমীকৰণ 2x² − 5x + 3 = 0 ৰ সমাধান কেইটাৰ মুঠ যোগফল হৈছেঃ

Q53: যোৱাকালি সূৰ্যোদয়ৰ ঠিক পিছতে ৰাজীৱে সমীৰক লগ পাই কথা পাতি থাকোঁতে ৰাজীবে লক্ষ্য কৰিলে যে সমীৰৰ ছাঁটো ৰাজীৱৰ সোঁহাতৰ ফালে আছে। সমীৰে কোন দিশত মুখ কৰি আছিল ?

Q54: পি.টি. উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল ?

Q55: Rearrange the following components to form a correct sentence.
(i) where no man had
(ii) here we are strolling
(iii) ever set foot before
(iv) on the surface of the moon

Q56:
question

Q57: কোনো বিধায়িনী সংস্থা অথবা আইনীভাবে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বোলা হয় :

Q58: Identify the correctly spelt word.

Q59: (মেজৰ) ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক।

Q60: নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয় গহণা ?

Q61: কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল ?

Q62: {5, 120, 3}, {9, 630, 5}, {9, 810, #}
সংহতিটোৰ # চিহ্নক কিহে প্ৰতিস্থাপন কৰিব ?

Q63: কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% ৰ হাৰত বৃদ্ধি পায়। নগৰখনৰ বৰ্তমান জনসংখ্যা 10,000 হ’লে 3 বছৰৰ অন্তত নগৰখনৰ মুঠ জনসংখ্যা হ'ব :

Q64: দ্বিঘাত সমীকৰণ 2x² – 5x + 6 = 0 ৰ সমাধান কেইটাৰ পূৰণফল হৈছেঃ

Q65: কিৰা আৰু ঘো কোন দেশৰ জাতীয় সাজ-পোছাক ?

Q66: নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ ?

Q67: প্ৰদত্ত চিত্ৰৰ কোনটো অংশই প্ৰশিক্ষণৰ বাবে পঠিয়াবলগা বিবাহিত পৰিচারিকাক প্ৰতিনিধিত্ব কৰিব ?
question

Q68: নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য ?

Q69: কোনো 9 টা পৰ্যবেক্ষণৰ গড় মান 9, প্ৰথম 5 টাৰ গড় মান 10 আৰু শেষৰ পাঁচটাৰ গড় মান ৪ । পঞ্চম পৰ্যবেক্ষণৰ মান কি আছিল ?

Q70: নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক ?

Q71: প্রাইড এণ্ড প্রিজুডিছ খন কোনে লিখিছিল ?

Q72: কোনবিধ খেলত মনালিচা বৰুৱা (মেহতা) আৰু ত্রিদিব দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল ?

Q73: Which word would substitute the marked portion - “The Zebra stripes on roads are for crossing by people who are walking .” ?

Q74: অসমীয়া সাহিত্যত কোন “ধ্বনি কবি” ৰূপে জনাজাত ?

Q75: নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ ?

Q76: দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত ?

Q77: শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন ?

Q78: Identify the correct definition of verb.

Q79: এটা দলত থকা কেইজনমান ল’ৰাৰ মাজত 72 সংখ্যক টফি বিতৰণ কৰা হ’ল। দলৰ প্ৰতিজন ল’ৰাৰ ভাগত পৰা টফিৰ সংখ্যা দলত থকা মুঠ লৰাৰ সংখ্যাৰ দুগুণৰ সমান। দলটোত থকা ল’ৰাৰ মুঠ সংখ্যা হৈছেঃ

Q80: Which of the following is a collective noun for ships ?

Q81: চাৰণক্য কোন গৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল ?

Q82: ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অনস্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলচবি নিৰ্মিত হৈছে?

Q83: টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল ?

Q84: কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে?

Q85: কোনগৰাকী হিন্দী কবি “মধুশালা” আৰু “অগ্নিপথৰ” বাবে জনাজাত ?

Q86: 50 জন শিক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 45.5। পুনৰীক্ষণত দেখা গ’ল যে এটা তথ্য অন্তৰ্ভুক্তিত 85 ৰ ঠাইত ভুলকৈ 58 বুলি নম্বৰ অন্তৰ্ভূক্ত কৰা হৈছে। শ্ৰেণীটোত প্ৰাপ্ত নম্বৰৰ শুদ্ধ গড়মান কিমান হোৱা উচিৎ ?

Q87: বর্তমান ভাৰতত কোনবিধৰ গণতন্ত্ৰ প্ৰচলিত ?

Q88: নদী এখনে চুটি পথ ল’বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক বোলা হয়:

Q89: দ্বৈত প্ৰণালীৰ সংখ্যা 101 আৰু 10 ৰ পূৰণফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে হ’বঃ

Q90: এজন মানুহে বছৰি 6% সৰল সুতত ₹ 1,00,000 টকা 2 বছৰৰ বাবে ধাৰলৈ ল'লে আৰু বছৰি 6% ক্ৰবৃদ্ধি সুতত 2 বছৰৰ বাবে সেই ধন বিনিয়োগ কৰিলে। ধাৰলৈ লোৱা ধন সুতে-মূলে পৰিশোধ কৰাৰ পাছত মানুহজনে অৰ্জন কৰা মুঠ লাভৰ পৰিমাণ হৈছেঃ

Q91: কোন দুখন মহাদেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত ?

Q92: আইচিচি পুৰুষ অ’ডিআই বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ ?

Q93: “The invigilator could not detect that the two boys were exchanging notes under his nose .” What is the meaning of the marked portion ?

Q94: ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে?

Q95: অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় ?

Q96: কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে?

Q97: ডোৰেম’ন কি অথবা কোন ?

Q98: আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক ?

Q99:

Q100: Fill in the blank.
January was the __________ month last year.

Q101: তিনিটা সংখ্যা A, B আৰু C এনেদৰে আছে যাতে A আৰু B ৰ গসাগু B আৰু C ৰ গসাগুৰ সৈতে সমান। যদি A আৰু B ৰ লসাগু B আৰু C ৰ লসাগুৰ তিনি গুণ হয় তেন্তে C : A হ'বঃ

Q102:

Q103: উমৈহতীয়া চানেকী অনুসৰণ নকৰা যোৰাটো চিনাক্ত কৰক।

Q104: এজন মানুহে ₹x হাৰত x সংখ্যক সামগ্ৰী ক্ৰয় কৰিলে। দোকানীজনে তেওঁক মুঠ ₹x পৰিমাণৰ ৰেহাই প্ৰদান কৰাৰ পাছত তেওঁ ₹156 পৰিশোধ কৰিলে। ৰেহাই প্ৰদানৰ পাছত প্ৰতিটো সামগ্ৰীৰ ক্ৰয়মূল্য হৈছেঃ

Q105: নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্র ?

Q106: নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ ?

Q107: নিম্নলিখিত কোনটো অশুদ্ধভাবে যোৰা মিলোৱা হৈছে?

Q108: 1 চে.মি. বাহুযুক্ত এক সুষম ঘনকত পাব পৰা দীৰ্ঘতম কৰ্ণৰ দৈৰ্ঘ্যঃ

Q109: Identify the proper noun in the following list.

Q110: যদি A + B ৰ অৰ্থ A টো B ৰ উত্তৰ দিশত আছে; A % B ৰ অৰ্থ A, B ৰ পূবত আছে; A - B ৰ অৰ্থ A, B ৰ পশ্চিমত আছে, তেন্তে (নেপচুন % শনি + ইউৰেনাছ - বৃহস্পতি) ত নেপচুন সাপেক্ষে ইউৰেনাচ কোনটো দিশত অৱস্থান কৰিব ?

Q111: এটা টেংকি 6 ডাল পাইপৰ সহায়ৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰি। টেংকিটো 8 ডাল পাইপৰ সহায়ৰে পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব ?

Q112: ড° বেজবৰুৱা বোলচবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল ?

Q113: নিম্নলিখিত কোনগৰাকী ল’ন টেনিছ খেলুৱৈ নহয় ?

Q114: টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল?

Q115: প্ৰদত্ত চিত্ৰৰ জল প্ৰতিফলন চিত্ৰটো চিনাক্ত কৰক।
question

Q116: নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় ?

Q117: −46 ক 3 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষটো হৈছেঃ

Q118: প্ৰদত্ত চিত্ৰৰ শুদ্ধ দাপোণ প্ৰতিবিম্বটো চিনাক্ত কৰক।
question

Q119: তথ্যগোট 1, 0, −5, 3, 0, −2, 4, 6, −4, 1, 2 ৰ গড় আৰু মধ্যমাৰ পূৰণফলঃ

Q120: আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে ?

Q121: যদি sinθ = cosθ, তেন্তে 1 + tanθ ৰ মানঃ

Q122: এটা শংকুৰ ভূমিৰ ব্যাসাৰ্দ্ধ 4 চে.মি. আৰু ইয়াৰ উচ্চতা 9 চে.মি.। শংকুটোৰ আয়তন হৈছে :

Q123: নিম্নলিখিত কোনখন দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে ?

Q124: জৌঙাল বলহুৰ প্রতিমূৰ্ত্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে ?

Q125: এটা ত্ৰিভূজৰ তিনিটা কোণৰ মান 1 : 3 : 5 অনুপাতত আছে। ত্ৰিভূজটোৰ বৃহত্তম কোণৰ মানঃ

Q126: Change the following into passive voice.
Previous climbers had cut steps in the ice.

Q127: Change the following into passive voice.
No one can do anything unless someone gives us more information.

Q128: Which word from the following is similar to beckon ?

Q129: Which of these words is closest in meaning to the word kin ?

Q130: Read the following sentences and try to choose the best definition for the italicized word by searching for context clues in the sentence.

The new shipping and receiving building is an expansive facility, large enough to meet our growing needs.

Q131: Read the following sentences and try to choose the best definition for the italicized word by searching for context clues in the sentence.

Mr. Powers was so gullible that he believed even the most outlandish excuses of his insincere employees.

Q132: Read the following passage and answer the questions (132-135) that follow :

Today, bicycles are elegantly simple machines that are common around the world. Many people ride bicycles for recreation, whereas others use them as a means of transportation. The first bicycle, called a draisienne, was invented in Germany in 1818 by Baron Karl de Drais de Sauerbrun. Because it was made of wood, the draisienne wasn’t very durable nor did it have pedals. Riders moved it by pushing their feet against the ground.

In 1839, Kirkpatrick Macmillan, a Scottish blacksmith, invented a much better bicycle. Macmillan’s machine had tyres with iron rims to keep them from getting worn down. He also used foot-operated cranks, similar to pedals, so his bicycle could be ridden at a quick pace. It didn’t look much like the modern bicycle, though, because its back wheel was substantially larger than its front wheel. Although Macmillan’s bicycles could be ridden easily, they were never produced in large numbers.

In 1861, Frenchman Pierre Michaux and his brother Ernest invented a bicycle with an improved crank mechanism. They called their bicycle a vélocipède, but most people called it a “bone shaker” because of the jarring effect of the wood and iron frame. Despite the unflattering nickname, the vélocipède was a hit. After a few years, the Michaux family was making hundreds of the machines annually, mostly for fun-seeking young people.

Ten years later, James Starley, an English inventor, made several innovations that revolutionized bicycle design. He made the front wheel many times larger than the back wheel, put a gear on the pedals to make the bicycle more efficient, and lightened the wheels by using wire spokes. Although this bicycle was much lighter and less tiring to ride, it was still clumsy, extremely top-heavy, and ridden mostly for entertainment.

It wasn’t until 1874 that the first truly modern bicycle appeared on the scene. Invented by another Englishman, H.J. Lawson, the safety bicycle would look familiar to today’s cyclists. The safety bicycle had equal-sized wheels, which made it much less prone to toppling over. Lawson also attached a chain to the pedals to drive the rear wheel. By 1893, the safety bicycle had been further improved with airfilled rubber tyres, a diamond-shaped frame, and easy braking. With the improvements provided by Lawson, bicycles became extremely popular and useful for transportation. Today, they are built, used, and enjoyed all over the world.

Question: Read the following sentence from the fourth paragraph :
Ten years later, James Starley, an English inventor, made several innovations that revolutionized bicycle design.
As it is used in the sentence, the underlined word revolutionized means :

Q133: Read the following passage and answer the questions (132-135) that follow :

Today, bicycles are elegantly simple machines that are common around the world. Many people ride bicycles for recreation, whereas others use them as a means of transportation. The first bicycle, called a draisienne, was invented in Germany in 1818 by Baron Karl de Drais de Sauerbrun. Because it was made of wood, the draisienne wasn’t very durable nor did it have pedals. Riders moved it by pushing their feet against the ground.

In 1839, Kirkpatrick Macmillan, a Scottish blacksmith, invented a much better bicycle. Macmillan’s machine had tyres with iron rims to keep them from getting worn down. He also used foot-operated cranks, similar to pedals, so his bicycle could be ridden at a quick pace. It didn’t look much like the modern bicycle, though, because its back wheel was substantially larger than its front wheel. Although Macmillan’s bicycles could be ridden easily, they were never produced in large numbers.

In 1861, Frenchman Pierre Michaux and his brother Ernest invented a bicycle with an improved crank mechanism. They called their bicycle a vélocipède, but most people called it a “bone shaker” because of the jarring effect of the wood and iron frame. Despite the unflattering nickname, the vélocipède was a hit. After a few years, the Michaux family was making hundreds of the machines annually, mostly for fun-seeking young people.

Ten years later, James Starley, an English inventor, made several innovations that revolutionized bicycle design. He made the front wheel many times larger than the back wheel, put a gear on the pedals to make the bicycle more efficient, and lightened the wheels by using wire spokes. Although this bicycle was much lighter and less tiring to ride, it was still clumsy, extremely top-heavy, and ridden mostly for entertainment.

It wasn’t until 1874 that the first truly modern bicycle appeared on the scene. Invented by another Englishman, H.J. Lawson, the safety bicycle would look familiar to today’s cyclists. The safety bicycle had equal-sized wheels, which made it much less prone to toppling over. Lawson also attached a chain to the pedals to drive the rear wheel. By 1893, the safety bicycle had been further improved with airfilled rubber tyres, a diamond-shaped frame, and easy braking. With the improvements provided by Lawson, bicycles became extremely popular and useful for transportation. Today, they are built, used, and enjoyed all over the world.

Question: The first person to use a gear system on bicycles was :

Q134: Read the following passage and answer the questions (132-135) that follow :

Question: Which of the following statements from the passage represents the writer’s opinion ?

Q135: Read the following passage and answer the questions (132-135) that follow :

Question: Macmillan added iron rims to the tyres of his bicycle to :

Q136: Choose the correct pair to fill up the blanks :
He put some __________ on the hinge, so that it should not __________.

Q137: Everyone admired ___________ his courage.

Q138: Find the analogy of the relation between the words from those given below on the basis of the indicative uppercase word-pair preceding the choices.
SHELF : BOOKCASE

Q139: Read the following passage and answer the question that follows :

Light pollution is a growing problem worldwide. Like other forms of pollution, light pollution degrades the quality of the environment. Where it was once possible to look up at the night sky and see thousands of twinkling stars in the inky blackness, one now sees little more than the yellow glare of urban sky-glow. When we lose the ability to connect visually with the vastness of the universe by looking up at the night sky, we lose our connection with something profoundly important to the human spirit, our sense of wonder.

The passage implies that the most serious damage done by light pollution is to our :

Q140: This application was written __________ a pen.

Q141: Read the passage and answer the questions (141-143) that follow : Reality for human beings is not action or feeling but meaning. Humans are symbol using creatures; a symbol is anything that carries a particular meaning recognised by the people who share culture. A whistle, a wall of graffiti, a flashing red light, a fist raised in the air—all serve as symbols. We see the human capacity to create and manipulate symbols in the various ways a simple wink of the eye can convey interest, understanding, or insult. We are so dependent on our culture’s symbols that we take them for granted. Often, however, we gain a heightened sense of the importance of a symbol when someone uses it in an unconventional way. Entering an unfamiliar culture also reminds us of the power of symbols; culture shock is nothing more than the inability to “read” meaning in one’s surroundings. We feel lost, unsure of how to act, and sometimes frightened—a consequence of slipping outside the symbolic web of culture. Culture shock is both what travellers experience and what they inflict on others by acting in ways that may offend them.
Question: In the context of the passage, which of the following does not serve as a symbol ?

Q142: Read the passage and answer the questions (141-143) that follow : Reality for human beings is not action or feeling but meaning. Humans are symbol using creatures; a symbol is anything that carries a particular meaning recognised by the people who share culture. A whistle, a wall of graffiti, a flashing red light, a fist raised in the air—all serve as symbols. We see the human capacity to create and manipulate symbols in the various ways a simple wink of the eye can convey interest, understanding, or insult. We are so dependent on our culture’s symbols that we take them for granted. Often, however, we gain a heightened sense of the importance of a symbol when someone uses it in an unconventional way. Entering an unfamiliar culture also reminds us of the power of symbols; culture shock is nothing more than the inability to “read” meaning in one’s surroundings. We feel lost, unsure of how to act, and sometimes frightened—a consequence of slipping outside the symbolic web of culture. Culture shock is both what travellers experience and what they inflict on others by acting in ways that may offend them.
Question: How is reality defined as in the passage ?

Q143: Read the passage and answer the questions (141-143) that follow : Reality for human beings is not action or feeling but meaning. Humans are symbol using creatures; a symbol is anything that carries a particular meaning recognised by the people who share culture. A whistle, a wall of graffiti, a flashing red light, a fist raised in the air—all serve as symbols. We see the human capacity to create and manipulate symbols in the various ways a simple wink of the eye can convey interest, understanding, or insult. We are so dependent on our culture’s symbols that we take them for granted. Often, however, we gain a heightened sense of the importance of a symbol when someone uses it in an unconventional way. Entering an unfamiliar culture also reminds us of the power of symbols; culture shock is nothing more than the inability to “read” meaning in one’s surroundings. We feel lost, unsure of how to act, and sometimes frightened—a consequence of slipping outside the symbolic web of culture. Culture shock is both what travellers experience and what they inflict on others by acting in ways that may offend them.
Question: In the context of the topic of the passage, when do we feel lost, or frightened ?

Q144: Put the verb in brackets into the present perfect tense, and fill the space by repeating the auxiliary.
Where you (be)?—
I (be) to the dentist.

Q145: What would be the synonym for the word educe ?

Q146: Choose the sentence that correctly communicates the meaning in the following sentence.

Q147: Read the following passage and answer the questions (147-150) that follow :

The Okapi, a forest mammal of Central Africa, has presented zoologists with a number of difficult questions since they first learned of its existence in 1900. The first was how to classify it. Because it was horselike in dimension, and bore patches of striped hide similar to a zebra’s (a relative of the horse), zoologists first classified it as a member of the horse family. But further studies showed that, despite Okapis’ coloration and short necks, their closest relatives were giraffes. The Okapi’s rightful place within the giraffe family is confirmed by its skin-covered horns (in males), two-lobed canine teeth, and long prehensile tongue.

The vital question concerned the size of the Okapi population. Because Okapis were infrequently captured by hunters, some zoologists believed that they were rare; however, others theorized that their habits simply kept them out of sight. It was not until 1985, when zoologists started tracking Okapis by affixing collars equipped with radio transmitters to briefly captured specimens, that reliable information about Okapi numbers and habits began to be collected. It turns out that while Okapis are not as rare as some zoologists suspected, their population is concentrated in an extremely limited chain of forestland in north-eastern Central Africa, surrounded by savanna.

One reason for their seeming scarcity is that their coloration allows Okapis to camouflage themselves even at close range. Another is that Okapis do not travel in groups or with other large forest mammals, and neither frequent open riverbanks nor forage at the borders of clearings, choosing instead to keep to the forest interior. This is because Okapis, unlike any other animal in the Central African forest, subsist entirely on leaves: more than one hundred species of plants have been identified as part of their diet, and about twenty of these are preferred. Okapis never eat one plant to the exclusion of others; even where preferred foliage is abundant, Okapis will leave much of it uneaten, choosing to move on and sample other leaves. Because of this, and because of the distribution of their food, Okapis engage in individual rather than congregated foraging.

But other questions about Okapi behaviour arise. Why, for example, do they prefer to remain within forested areas when many of their favourite plants are found in the open border between forest and savanna ? One possibility is that this is a defence against predators; another is that the Okapi was pushed into the forest by competition with other large, hoofed animals, such as the bushbuck and bongo, that specialize on the forest edges and graze them more efficiently. Another question is why Okapis are absent from other nearby forest regions that would seem hospitable to them. Zoologists theorize that Okapis are relics of an era when forestland was scarce and that they continue to respect those borders even though available forestland has long since expanded.

Question: Okapis stay within the forest interior. The passage relates this to the __________ of the Okapi.

Q148: Read the following passage and answer the questions (147-150) that follow :

Question: The word hide in the first paragraph means :

Q149: Read the following passage and answer the questions (147-150) that follow :

Question: Zoologists assume that Okapis are relics and they respect the forestland borders. It means :

Q150: Read the following passage and answer the questions (147-150) that follow :

Question: The function of the third paragraph is to :

Time Left: --:--

Question Palette:

Not Visited
Answered
Not Answered
Marked for Review
Scroll to Top